Lachit Multilingual Keyboard for Android
updated it. but still the caps lock issue is not resolved.
বহুত ভাল এপ হয়, মই ব্যৱহাৰ কৰি বহুত ভাল পাও ৷ কিন্ত স্মাইলিবোৰ ব্যৱহাৰ কৰিব নোৱাৰি ৷ অনুগ্ৰহ কৰি কিবা এটা ব্যৱস্থা কৰিব ৷৷
Good apps for assamese language but can't write gyapon(উদাহৰন আপোনাক বহুত ধন্যবাদ গ্যাপন কৰিলো ৷ jnapon অৰ্থাৎ জ+ন+আ+প+অ+ন
spell chake টো থাকিলে মোৰ কাৰনে অলপ সুবিধা হলহেতেন যিকেই নহওক৷ অসমীয়া লিখাৰ কাৰনে ইয়াত কৈ ভাল এপ মই পোৱা নাই৷
ব্যৱহাৰ কৰি বহুত ভাল লাগিছে emoji নথকাৰ বাবে অলপ বেয়া লাগিছে
দাদা আপুনি বহুত ভাল কাম কৰিছে৷ লাচিত জিন্দাবাদ৷
Buggy app...ketiaba key bilak kam nokora hoi jai
এটা চুপাৰ দুপাৰ ভাল আৰু চলাবলৈ সহজ অসমীয়া এপ্লিকেছন সকলোৱে ব্যৱহাৰ কৰক
এতিয়া অসমীয়া লিখি সঁচাকৈ বহুত ভাল লাগিছে৷
Easy to write.love this app.thank u mridul
The uses of this keyboard are not opening up...pls help by sending it here
ভাল app,কিন্তু 'ref' নাপালো৷ কেনেকৈ 'ref' ব্যৱহাৰ কৰিব লাগে জনাব plz.
Use ful keybord
বহুত সুন্দৰ এপচ্ ৷অশেশ ধন্যবাদ ৷
বৰ ভাল খবৰ ।
যুক্তাক্ষৰ লিখাত অসুবিধা পাইছো৺৷
Juktakhyor কেনেকৈ লিখিম জনাবনি?
It's not bed
ব্যৱহাৰ কৰিছো
spelling not showing
সাংঘা....
ভাল এপ
মনোৰম
Like this most
This is a great app...
বঢ়িয়া
Best app
Nice
Since I have installed the keyboard it is working very fine till today, But today it self I have to go to the setting to see whether it has been set as default keyboard because it stopped working. Where is comma button for English?
proud. Keep up good work! দাৰি (৷) লগত auto space হ’লে ভাল হ’ব৷ Hope to see updated version soon!
Except one suggestion I have not a single word to say. Sometimes I get problem in changing the format of English text. When I want to change the capital letter to small letter or vice versa the keyboard doesn't work. Moreover, I think it will be better if you include more Juktakshar.
Juktakhyar keneke likhim. for example my name Bedanta(dantya naitanta) Plz reply I am waiting
Anyone can you suggest me how to typing in assamese ? I have already download this keyboard but unable to typing. My handset is HTC diser 616 ( bought from out of India)
Sir, I truly Appreciate and love your work. But i think it need little work on graphic quality of keyboard and prediction dictionary (for English inputs), so that every Assamese people can use this keyboard in default settings. Thank you
How to use it??space bar dobai rakhile dekhun tate aku pop up nahei....notification salu..tatu aku napalu....I tried in whatsapp
Really good recommended to all my friends !! but kisuman wore likkhibo tan paiasu 'Nischito " school" maiddham" muthotay jukthakkhor likhibo pora nai
বিৰাটেই সুবিধাজনক অসমীয়া কিবোৰ্ড ৷ সোঁহাতৰ বুঢ়া আঙুলিৰে টাইপ কৰিব পৰাকৈ আখৰবোৰ ধুনীয়াকৈ সজোৱা হৈছে ৷
অসমীয়া ভাষাটো বৰ্তমান ইলেক্ট্ৰনিক মেডিয়া বোৰত বেছিকৈ ব্যবহাৰ হৈছে ৷ এইয়া নিশ্চয় আমাৰ বাবে শুভ লক্ষণ ৷ সময়ৰ গতিত খোজ মিলাই, "লাচিত" appটো উলিয়াইছে ৷ ধন্যবাদ ৷ আগলৈ আৰু আশা কৰিলোঁ
It doesn't show anything accept the details of the app builder
by J####:
Spell check থাকিলে আমাৰ নিচিনা বহু দিন অসমীয়া নিলিখা বা ব্যৱহাৰ নকৰা মানুহৰ বাবে অতি উপকাৰ হয় । বিবেচনা কৰি চাই যেন ।